অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ হোমেন বৰগোহাঞি দেৱৰ কিছু সময় পূৰ্বে GMCH ত দেহাৱসান ঘটে।